বিহংগমবিহংগমী

বিহংগম দৃষ্টি (Assamese) [ Roman: bi.hong.gom dris.ti]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-06-19
1. (Abstract Noun) An elevated view of an object from above, with a perspective as though the observer were a bird, often used in the making of blueprints, floor plans and maps. It can be an aerial photograph, but also a drawing. কোনো এটা বস্তু ওপৰৰ পৰা কৰা পৰ্য্যবেক্ষণ৷ ব্লু-প্ৰিণ্ট, ফ্লৰ প্লেণ্ট বা মেপ আঁকিবলৈ ব্যৱহাৰ কৰা হয়৷